আইদেউ সন্দিকৈঃ কিহৰ বাবে আজীৱন অবিবাহিতা হৈ ৰ’ল প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী

প্ৰথম অসমীয়া মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি পুণ্যতিথি। আইদেউ প্ৰতিগৰাকী নাৰীৰ বাবে প্ৰেৰণাৰ উৎস। আইদেউয়ে দেখুৱাইছিল সমাজৰ প্ৰাচীৰ ভাঙি কেনেদৰে আধুনিক সমাজৰ বাট কাটিব পাৰি, কেনেদৰে নিজৰ বলিদান দি হাজাৰজনৰ মুক্তিৰ কাৰণ হ’ব পাৰিAds Links by Easy Branches
Play online games for free at games.easybranches.com

Guest Post Services www.easybranches.com/contribute